ডাকৰ টকাডাগ

ডাকৰ বচন (Assamese) [ Roman: da.kor bo.son]
Contributed by: Partha P Sarmah on 2011-09-24
1. Literature(Abstract Noun) a set of wise sayings on different aspects of life and livings by a legendary person called Dak. ডাক নামৰ ঐতিহাসিক, জ্ঞানী পুৰুষে জীৱন আৰু সংসাৰৰ বিভিন্ন দিশৰ বিষয়ে কৈ যোৱা এলানি ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ উপদেশবাণী৷